"The First song of my debut album Xur"
Song - Axare Jun
Music - Tavreed
Vocals & Composition - Tanmoy Saikia
Lyrics - Buddha Jyoti Bezbaruah
Guitars : Hirak Jyoti Sarma
Additional Lyrics : Tanmoy Saikia
Mix & Master - Tavreed
Visuals & Artwork - Emranul Haque
Lyrics :
বাৰে বাৰে উভতো মই তোমাতেই
কিনো মৰম সিচিলাহি বুকুতে
তুমি আজি পৃথিৱী মোৰ বুজানে
আশাৰে জোন এতিয়া মোৰ কাষতে
তোমাৰ কথাৰ জোনাকেৰে
সজালো মোৰ পৃথিৱী
মনৰ আকাশৰে তুমি
হোৱানা ৰ’দ এমুঠি
তুমি কোৱা কথা বোৰে
কৰেহি মোক আমনি
শীতল বুকুৰ আঁৰে আঁৰে
বিয়পে প্ৰেম ৰগিনী
তুমিয়েই ৰচিলা মোৰ হৃদয়তে
প্ৰেমৰ কবিতাৰ সুৰ পলকতে
তোমাৰ বাবে সাঁচি থোৱা প্ৰণয়ৰে চিনাকী
সপোনজাকে আহি আজি দিয়ে তোমাৰে জাননী
মিঠা সপোনজাকে দিয়ে মাথো তোমাৰে জাননী
এটি মিঠা পুৱাৰে যেন তুমি আশাভৰা এচেৰেঙা ৰেঙনি
তুমি মনেতৰা মোৰ এন্ধাৰ নিশাৰ এধানি যেন জোনাকী তুমি
তোমাৰ কথাৰ জোনাকেৰে
সজালো মোৰ পৃথিৱী
মনৰ আকাশৰে তুমি
হোৱানা ৰ’দ এমুঠি
তুমি কোৱা কথা বোৰে
কৰেহি মোক আমনি
শীতল বুকুৰ আঁৰে আঁৰে
বিয়পে প্ৰেম ৰগিনী
তুমিয়েই ৰচিলা মোৰ হৃদয়তে
প্ৰেমৰ কবিতাৰ সুৰ পলকতে
#axare_jun #tanmoy_saikia #sk_satyajit_gogoi
Ещё видео!