Assamese film song of Namita Bhattacharji / Lyrics by Keshab Mahanta / Music by Ramen Baruah / Film : Toramai ( তৰামাই ) of 1975 / Lyrics of the song :
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা
আলি ঢাকি পৰ শালিকী
অগা-দেৱা কৰ শালিকী
তই জানো জান মোৰ বেথা
মনৰ সাঁচতীয়া কথা
কি সতে ৰাখিছোঁ ঢাকি..!
অ’ অ’ !
আলি ঢাকি পৰ শালিকী
আগা-দেৱা কৰ শালিকী !
তই জানো জান মোৰ বেথা
মনৰ সাঁচতীয়া কথা
কি সতে ৰাখিছোঁ ঢাকি..!
বা' লাগিলে..ছাঁ লৰিলে,
ধাননি উলাহতে হালে জালে !
বা' লাগিলে..ছাঁ লৰিলে,
ধাননি উলাহতে হালে জালে !
দুপালি দুপহি কঁহুৱা ফুলনি
ৰ’দত তিৰেবিৰাই জ্বলে !
কোনে জ্বলাবহি মোৰ !
হিয়াৰে ফুলৰে চাকি !
বা' লাগিলে..ছাঁ লৰিলে,
জুৰিটি ৰঙতে নাচে বাগে !
বা' লাগিলে..ছাঁ লৰিলে,
জুৰিটি ৰঙতে নাচে বাগে !
আঁজলি আঁজলি কাঁজলী পানীৰে
আজলি হিয়াই কি মাগে !
মনে বিচাৰিছে যাক
তেওঁ জানোবা চিনাকি !
অ’ অ’ আলি ঢাকি পৰ শালিকী
অগা-দেৱা কৰ শালিকী !
তই জানো জান মোৰ বেথা
মনৰ সাঁচতীয়া কথা...!
কি সতে ৰাখিছোঁ ঢাকি
অ’ অ’ অ’-অ’ অ’ লা-লা লা-লা লা..
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা
অ’.. অ’-অ’ অ’ লা-লা লা-লা লা.. ৷৷
0000
Ещё видео!