ফাগুন সুৰীয়া কৰি তোলাৰ আমাৰ এইয়া প্ৰয়াস মাথোন। আমাৰ ফাগুন আপোনাৰ ফাগুনৰ লগত মিলাই দিয়াৰ এক সুৰীয়া যাত্ৰা। নিজৰ বুলি আদৰি ল'ব।
Credits
Vocal- Achurjya Borpatra
Composition- Achurjya Borpatra, Bijoy Sankar
Music Producer- Bijoy Sankar
Lyrics-Paplu Chetia
Female Vocal- Bhanupriya
Flute- Lakhinandan Lahon
Tabla & Percussion- Raja Boruah
Guitar & Lele- Rupam Sarmah
Mix & Mastered by Diganta Bordoloi (koka)
Studios- Audioholic & MK Digital
Album Art- Hemch
Team Phaagun
Music Publisher: Eikhon Axom Hoi Bhai Media
Stream/Download "Duronibotiya Sithi":
Wynk: [ Ссылка ]
JioSaavn: [ Ссылка ]_
Gaana: [ Ссылка ]
Spotify: [ Ссылка ]
Baahi: [ Ссылка ]
দূৰণিবটীয়া চিঠি
ঐয়াঙে দৈয়াঙে...
পুৰণিকলীয়া কথাবোৰ
দুৰণিবটীয়া চিঠিবোৰ
খুঁচৰি খুঁচৰি পুৰাতন
হঠাতে হাচতি খুলিলোঁ
ঐয়াঙে দৈয়াঙে
চলাথ কৰিলো
ফাগুনৰ ঠিকনা
তোমাতে পালোঁ
উপহাস সামৰি খোজ পাতিলোঁ
অসমান বাটকো আপোন বুলিলোঁ
"এছাটি বতাহে সিঁচিলে শিহৰণ ফাগুনৰে"
এৰি থৈ অজুহাত ঢপলিয়াই
শিমলুৰ শিখৰত ৰঙা হৈ
বাউলীঁ হৈ আউজি
নাচাবি তই ফাগুনী
পদুলিতে তই নৰ'বি গধূলি
জোঁকাই জাৰি-জোঁকাৰি আবিৰ উৰি আহে
ৰঙাই আলি-পদূলি প্ৰণয় ফাঁকু সানে
আঘোণ লৈ শাওণ হৈ
ফাগুন হোৱনা।
(আচুৰ্য বৰপাত্ৰৰ ফাগুনলৈ)
পাপলু চেতিয়া
Ещё видео!