📌'নিজকে মই এদিন কৈছিলো মই মোৰ মা-দেউতাৰ বাবে ইমানেই কষ্ট কৰিম যে তেওঁলোকে যাতে কেতিয়াও কাৰো আগত হাত পাতিব লগা নহয়'
📌'আমি কেঁচাঘৰত থাকিছিলো, আলহী আহিলে নিজৰ বিচনাখত এৰি মাটিত শুব লগা হৈছিল'
📌'মোৰ এটা ডাঙৰ দুখ যে দেউতাই মোৰ সফলতা, সুখৰ দিনখিনি চাবলৈ নাপালে'
📌'প্ৰেম মানে সন্মান, যি প্ৰেমত সন্মান নাই সেই প্ৰেম প্ৰেমেই নহয়'
📌Mrs. INDIA INC 2024, SEASON 5ত ‘Mrs. INDIA GALAXY 2024’ খিতাপ অৰ্জন কৰা অসমৰ জীয়ৰী ৰীনিমা বৰা আগৰৱালৰ সৈতে TIME8ৰ সাক্ষাৎকাৰ
Ещё видео!