#doyalthakur #thakuranukulchandra #thakur #bondepurusottam #devotionalsongs #musicvideo #assamese #assamesesong #thakursong
Song : Doyal Thakur
Singer : Jurmalaya
Lyrics/tune : Jitumoni Das
Music director/composer : Bishnu Sarma
Cinematography : Jiten Boro
Editor : Ratan Konwar
Vani Path (বাণী পাঠ) : Bhupesh Ch. Das
Flute : Pradip Deka
Khol : Naba Chutia
Special thanks : Debeshwar Das
Nabanita Das
Pankaj Talukdar
Dipanjali Das
Madhu Deka
This song is dedicated to my beloved grandfather SHREE GIRISH CHANDRA DAS🙏
LYRICS :
দয়াল ঠাকুৰ অনুকূল
তুমি যে আমাৰ প্ৰেৰনাৰে মুল ,
দয়াল ঠাকুৰ অনুকূল
তুমি যে আমাৰ প্ৰগতিৰে মুল
ঠাকুৰ জয়হে
বড়মা জয়হে
বড়দা জয়হে
জয় জয়হে দয়াল....
বাণী
সৎ নাম মনন কৰা
গুৰু শৰণ লোৱা
গুৰু বিনে গতি
নাইহে.......
ঠাকুৰ জয়হে
বৰমা জয়হে
বড়দা জয়হে
জয় জয়হে দয়াল...
বাণী
যজন যাজন ইষ্টভৃতি
ষষ্ঠয়নী সদাচাৰ
এই পাচ মন্ত্র মানি চলা
হে সেৱক আমাৰ...
ঠাকুৰ জয়হে
বড়মা জয়হে
বড়দা জয়হে
জয় জয়হে দয়াল...
কৃপা কৰাহে.....
দয়াৰ সাগৰ।।।
🙏🙏🙏
Do like, comment and subscribe the channel for more videos🌸🌸
Ещё видео!